সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ। অসমীয়া কুইজ Assamese General Knowledge । সাধাৰণ জ্ঞান 20201


প্রঃ ভাৰতৰ কোন কোন ৰাজ্যত উর্দু ভাষাই দ্বিতীয় ভাষাৰ সন্মান লাভ।
কৰিছিল?
উঃ বিহাৰ আৰু উত্তৰ প্ৰদেশ।
প্রঃ ভাৰতৰ সর্বপ্রথম মেট্ৰ ৰেল কেতিয়া আৰু ক’ত চলাইছিন?
উঃ 21 অক্টোবৰ 1984 চনত কলকাতাত।
প্ৰঃভাৰত আপতকাল কেতিয়া ঘােষণা কৰা হৈছিল?
উঃ 26 জুন 1975 চনত।
প্রঃ ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক কেতিয়া স্থাপন কৰা হৈছিল ?
উঃ 1935 চনত।
প্রঃ ভাৰতৰ গণৰাজ্যৰ প্রথম জন সভাপতি কোন আছিল ?
উঃ।ডাঃ জাকিৰ হুছেইন।
প্রঃ ভাৰতৰ প্রথম বৃটিছ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উঃ বাবেন হেষ্টিংগ।।
প্রঃ ভাৰতৰ অট্টালিকাৰ চহৰ কোনখন আৰু কোনে স্থাপন কৰিছিল?
উঃ কলকাতা, জাৱকাৰনাকে।
প্রঃ হাতত পুলি ৰােৱা ভাৰতীয় জনৰ নাম কি ?
উঃ ডাকৌৰ ৰামদাস বােধানী।
প্রঃ ভাৰতত কাৰ দ্বাৰা প্রথম কেতিয়া ক্রিকেট খেলা খেলিছিল?
ইংৰাজৰ দ্বাৰা 1933 চনত।
প্রঃ দিল্লীৰ লাল কিল্লাটো কোনে সাজিছিল?
উঃ ছাহজাহানে সাজিছিল।
প্রঃ ভাৰতৰ কোনজন ন্যায়াধীশে 19 বছৰলৈকে-মূৰটো তলত আৰু
ভৰি ওপৰ কৰি মােকর্দমাৰ শুনানি দিয়াৰ অদ্ভুত বেমাৰ আছিল?
উঃ ইম্ফলৰ ন্যায়াধীশ গৌসেনক [1852-1971]
প্রঃ ভাৰতৰভূ উপগ্ৰহটোৰ নাম কি?
উঃ এথল।
প্রঃ ভাৰতৰ সােণ ক’ত পােৱা যায় ?
উঃ কর্ণাটকৰ ৰাজ্য কোলাৰত পােৱা যায়।।
প্রঃ, ভাৰতৰ সকলােতকৈ পবিত্র নদী কোনখনক কোৱা হয় ?
উঃ গংগাক।
প্রঃ মহাত্মা গান্ধীক সর্বপ্রথম কোনে মহাত্মা বুলি কৈছিল?
উঃ ৰবীন্দ্ৰ নাথ ঠাকুৰে।
প্রঃ মহাভাৰতৰ যুদ্ধ কোনে দিব্যদৃষ্টিৰে দেখা পাইছিল ?
উঃ সঞ্জয়ে
প্ৰঃ ভাৰতৰ কোনখন নদীত হীৰা পােৱা যায় ?
উঃ কৃষ্ণা নদী (দক্ষিণ ভাৰত)।
প্ৰঃ মুংগী প্রেমচন্দ্ৰৰ অন্তিম উপন্যাস কোনখন আছিল?
উঃ গুদান
প্রঃ ভাৰতৰ কোনখন ৰাজ্যৰ দুখন ৰাজধানী?
উঃ জম্মু আৰু কাশ্মীৰ।।
প্রঃ ভাৰতৰ সকলােতকৈ উপযুক্ত মাটি কোনখিনিক কোৱা হয় ?
উঃ এলয়ুবিয়ল।
প্রঃ ভাৰতৰ সকলােতকৈ অধিক গাখীৰ দিয়া গৰু কোনটো?
উঃ সাহীৱাল।।

প্রঃ মাটিকালি হিচাবে ভাৰত বিশ্বৰ কোন স্থানত?উঃ সাত নম্বৰ স্থানত।প্রঃ ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত প্রদেশ আছে?উঃ ভাৰতবৰ্ষত 28 খন ৰাজ্য আৰু 7 খন কেন্দ্রীয় শাসিত প্রদেশ আছে।।

প্রঃ ভাৰতৰ স্বাধীনতাৰ পিচত প্রথম জনগণনা কেতিয়া হৈছিল ?
উঃ1961 চনত।
প্রঃ শ্ৰীমতী ইন্দিৰা গান্ধী মৃত্যুৰ খবৰ সর্বপ্রথম কোনটো ৰেডিঅ’চেণ্টাৰত
দিছিল?
উঃ ৰেডিঅ’বী:বী.চি. লণ্ডনত।।
প্রঃ ভাৰত ত্যাগ আন্দোলন কৰ পৰা আৰম্ভ হৈছিল ?
উঃ মুম্বাইৰ পৰা।
প্রঃ কোন বিভাগৰ কৰৰ পৰা ভাৰতবৰ্ষ অধিক লাভৱান হৈছে?
উঃ আৱকাৰী।
প্রঃ জালিৱানাবালাবাগ কাণ্ডত গুলী মাৰিবলৈ আদেশ কোনে দিছিল? ।
উঃ জেনেৰেল ডায়ৰে।
প্রঃ ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ কিমান সময় লাগিছিল?
উঃ 2 বছৰ, 11 মাহ 18 দিন।।
প্রঃ ৰাম জন্মভূমিৰ তলা কেতিয়া আৰুকাৰ আদেশত খুলিছিল?
উঃ ন্যায়মূৰ্ত্তিশ্রীকৃষ্ণমােপাণ্ডে, ফোজাবাদৰআদেশত খুলিছিল। দিনাংক
1:2. 866 বাজি 27 মিনিটত অযােধ্যাৰকাতােৱাল শ্রীবি. পি.
সিঙৰ দ্বাৰা খােলা হৈছিল।
প্রঃ ভাৰতৰ ৰাষ্ট্রপতি নির্বাচন কাৰ দ্বাৰা কৰা হয়?
উঃ নির্বাচন মণ্ডলৰ দ্বাৰা।,
প্রঃ দিল্লীৰ প্রাচীন নাম কি আৰু কোনে কেতিয়া ৰাখিছিল?
উঃ দিল্লীপুৰ, ইসাৰ 57 বছৰ আগৰ ডিল্পৰ দ্বাৰা।
প্রঃ সংবিধান সভাত ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইনৰস্বীকৃতি কেতিয়া প্রদান
কৰিছিল?
উঃ 22 জুলাই, 1947 চনত।
প্রঃ ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ কিমান সময় লাগে ?
উঃ 52 ছেকেণ্ড।
প্রঃ সিয়াছিন গ্লেশিয়ৰ ক’ত আছে?
উঃ কাশ্মীত।
প্রঃ ৰাষ্ট্ৰীয় সমুদ্র বিজ্ঞান সংস্থান ক’ত আছে?
উঃ পুনর্জী।
প্রঃ পঞ্চয়তী ৰাজ প্রণালী কোন ৰাজ্যত সর্বপ্রথম প্রচলন কৰা হৈছিল ?
উঃ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থান ।
প্রঃ টীটাগড় কি উদ্যোগৰ বাবে বিখ্যাত?
উঃ কাগজ।
প্রঃ ভাৰতৰ প্রথম তেল শােধানাগাৰ কোনটো?
উঃ ডিগবৈ।
প্রঃ চানক্য কাৰ মন্ত্ৰী আছিল?
উঃ চন্দ্রগুপ্তৰ।।
প্ৰঃ ৰাষ্ট্রপতি হ’বলৈ নিম্নতম বয়স কিমান হ’ব লাগে ?
উঃ 35 বছৰ।
প্রঃ শিবাজীৰ মাকৰ নাম কি আছিল ?
উঃ জীজাবাঈ।
প্রঃ মহাভাৰতৰ পুৰণা নাম কি?
উঃ জয়সংহিতা।
প্রঃ প্রসিদ্ধ কোহিনুৰ হীৰা ক’ৰ পৰা পােৱা যায় ?
উঃ গােলকুণ্ডা খানৰ পৰা পােৱা যায়।
প্ৰঃ।ভাৰতৰ সর্বপ্রথম বাতৰি কেতিয়া আৰু ক’ৰ পৰা প্ৰচাৰিত হৈছিল?
উঃ 23 জুলাই 1927 মুম্বাইৰ এটা নিজা ৰেডিঅ’ ষ্টেচনৰ পৰা।
প্ৰঃ।ভাৰতৰ ডাক সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?
উঃ।1837 চনৰ পৰা ।
প্ৰঃ।ভাৰতৰ স্পীড পোষ্ট কেতিয়া আৰম্ভ হৈছিল ?
উঃ1 আগষ্ট, 1986 চনৰ পৰা।।
প্রঃ ভাৰতৰ প্ৰথম ডাক টিকট কেতিয়া আৰু ক’ত ছপা হৈছিল ?
উঃ জুলাই 1854 চনত কলকাতাৰ টাকশালত ছপা হৈছিল ?
প্রঃ ভাৰতবর্ষ কিমান কিঃমিঃ লৈ বিস্তৃত হৈ আছে?
উঃ ভাৰতবর্ষ উত্তৰৰ পৰা দক্ষিণলৈ 3214 কিঃ মিঃ তথা পূবৰ পৰা।
পশ্চিমলৈ 2933 কিঃ মিঃ লৈ বিস্তৃত হৈ আছে।
প্রঃ বিশ্বৰ সৰ্বাধিক চেনী উৎপন্ন কৰা দেশ কোনখন ?
উঃ ভাৰত।
প্ৰঃৰাজস্থানত উদৰ বেমাৰত কি দেৱতাৰ পূজা কৰে ?
উঃ পাবােজ।
প্রঃ ইংৰাজসকলে ভাৰতত প্রথম ফেক্টৰী কত স্থাপন কৰিছিল?
উঃ চুৰাতত।
প্রঃ জনসংখ্যা বঢ়াৰ ভাৰতৰ মুখ্য কাৰণ কি?
উঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মুখ্য কাৰণ বিদেশীৰ আগমন।
প্রঃ ভূপাল দুর্ঘটনাত কি গেছ ওলাইছিল?
উঃ মিথাইল আইচো চায়োনেট।

Published by JYOTI COMMUNICATION

All Online Information

Leave a comment

CSC PUTHIMARI

Education, Jobs, CSC

DIGITAL INDIA

CSC Related

Health For All

Healthy lifestyle for men and women

JYOTI COMMUNICATION

Digital Information Services

The Atavist Magazine

Digital Information Services

WordPress.com News

The latest news on WordPress.com and the WordPress community.

Design a site like this with WordPress.com
Get started